এছ.বি.আই.(SBI) জুনিয়ৰ এছ'চিয়েট (Junior Associate) Recruitment 2021 - 5121 Clerk Vacancy, Apply Online

SPD Web Team

5121 ক্লাৰ্কৰ খালী পদৰ বাবে অনলাইন আবেদন কৰক ৷

ভাৰতীয় ষ্টেট বেংক। 

অন্তিম তাৰিখ: 17/05/2021

ভাৰতীয় ষ্টেট বেঙ্কে (SBI) -য়ে 5121 টা জুনিয়ৰ এছ'চিয়েট (গ্ৰাহক সমৰ্থন আৰু বিক্ৰী) খালী পদৰ নিযুক্তিৰ বাবে জাননী জাৰি কৰিছে। আগ্ৰহী আৰু অৰ্হতা সম্পন্ন লোকে ইয়াত আবেদন কৰিব পাৰে। 


এছ.বি.আই. জুনিয়ৰ এছ'চিয়েট নিযুক্তি 2021 


পদৰ নাম: কনিষ্ঠ সহযোগী (গ্ৰাহক সমৰ্থন আৰু বিক্ৰী) 

পদৰ সংখ্যা: 5121 (উত্তৰ-পূবৰ ৰাজ্যসমূহত: 275 পদ) 

বেতন স্কেল: Rs.17900-1000/3-20900-1230/3-24590-1490/4-30550-1730/7-42600-3270/1-45930-1990/1-47920. The starting Basic Pay is Rs.19900/- (Rs.17900/- plus two advance increments admissible to graduates)

এছ.বি.আই. (SBI) কনিষ্ঠ সহযোগী (Junior Associate Job) নিযুক্তিৰ যোগ্যতাৰ চৰ্ত:

 
বয়স: 01.04.2021 তাৰিখত 20 বছৰৰ তলত নহয় আৰু 28 বছৰৰ ওপৰত নহয়, অৰ্থাৎ প্ৰাৰ্থীসকলৰ
জন্ম  02.04.1993-ৰ আগতে হব নোৱাৰিব আৰু 01.04.2001-ৰ পিছত হব নোৱাৰিব (দুয়োটা দিন অন্তৰ্ভুক্ত হব)। 

বয়সৰ ৰেহাই: অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ বাবে উৰ্ধতম বয়সৰ সীমা শিথিল কৰিব পৰা বয়স 5 বছৰ, 3 বছৰ অ'বিচি প্ৰাৰ্থী ৰ বাবে  আৰু পিডব্লিউডি প্ৰাৰ্থীৰ বাবে ১০ বছৰ। 

শিক্ষাগত অৰ্হতা:  স্বীকৃতি সম্পন্ন বিশ্ববিদ্যালয় বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃত যিকোনো সমতুল্য অৰ্হতাৰ যিকোনো শাখাত গ্ৰেডুয়াফিয়ন কৰা হব লাগিব।  ইণ্টিগ্ৰেটেড ডুৱেল ডিগ্ৰী (আই. ডি. ডি) থকা প্ৰাৰ্থীসকলৰ  প্ৰমাণপত্ৰই নিশ্চিত কৰিব লাগে যে আই. ডি. ডি পাছ কৰাৰ তাৰিখ 16.08.2021 তাৰিখত বা তাৰ আগতে আছে। 

যিসকলে তেওঁলোকৰ স্নাতকৰ অন্তিম বৰ্ষ/ছেমিষ্টাৰত আছে তেওঁলোকেও অস্থায়ীভাৱে চৰ্ত সাপেক্ষে আবেদন কৰিব পাৰে 

যদি অস্থায়ীভাৱে বাছনি কৰা হয়, তেওঁলোকে ১৬.০৮.২০২১ তাৰিখে বা তাৰ আগতে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল প্ৰমাণ কৰিব লাগিব । 


এছ.বি.আই. জুনিয়ৰ এছ'চিয়েট 2021 বাছনি প্ৰক্ৰিয়া :


বাছনি প্ৰক্ৰিয়াত অন-লাইন পৰীক্ষা (প্ৰাৰম্ভিক আৰু মুখ্য পৰীক্ষা) আৰু  বাছনি কৰা নিৰ্ধাৰিত  স্থানীয় ভাষাৰ পৰীক্ষা থাকিব।
 
প্ৰথম পৰ্যায় : প্ৰাৰম্ভিক পৰীক্ষা: ১০০ নম্বৰ অনলাইন বিকল্পধৰ্মী (Objective Tests) প্ৰাৰম্ভিক পৰীক্ষা হ'ব। এই পৰীক্ষাটো এক ঘণ্টা সময়ৰ হ'ব ৷ (3 Sections of English language, Numerical Ability and Reasoning Ability.)


দ্বিতিয় পৰ্যায় - মুখ্য পৰীক্ষা: অনলাইন মুখ্য পৰীক্ষাৰ বাবে গাঁথনি হল : General/ Financial Awareness, General English, Quantitative Aptitude and Reasoning Ability & Computer Aptitude.

নিৰ্ধাৰিত বাছনি কৰা স্থানীয় ভাষাৰ পৰীক্ষা:  Those who qualify for selection and produce 10th or 12th standard mark sheet/ certificate evidencing having studied the specified opted local language will not be subjected to any Language test. In case of others (qualified for selection), specified opted local language test will be conducted after provisional selection but before joining. Candidates not found proficient in specified opted local language would be disqualified.

চূড়ান্ত বাছনিৰ সাপেক্ষে চৰ্ত হ'ব- 


1.পদটোৰ বাবে যোগ্যতাৰ আৰু অনলাইন আবেদনত প্ৰদান কৰা তথ্য প্ৰমাণীকৰণ। 

2. বাছনি কৰা  নিৰ্ধাৰিত স্থানীয় ভাষাৰ পৰীক্ষাত যোগ্যতা অৰ্জন কৰা,  ওপৰত বিৱৰণ দিয়া অনুসৰি প্ৰযোজ্য । 


এছ.বি.আই. ক্লাৰ্ক 2021 ৰ বাবে আবেদন মাচুল 


এছ.বি.আই. ক্লাৰ্কৰ অনলাইন আবেদনৰ বাবে শ্ৰেণী অনুসৰি মাচুলৰ গাঁথনি তলত দিয়া হৈছে। 

1. এছ.চি./এছ.টি./পি.ডব্লিউ.ডি. : শূন্য 

2. জেনেৰেল,অ'বিচি,ই.ডব্লিউ.এছ : 750/- টকা (App. Fee including intimation charges) 


এছ.বি.আই. জুনিয়ৰ এছ'চিয়েট নিযুক্তিৰ বাবে কেনেদৰে আবেদন কৰিব লাগে :


প্ৰাৰ্থীসকলে বেঙ্কৰ ৱেবছাইট https://banksbi/careers বা  https://www.sbi.co.in/careers ৰ জৰিয়তে অনলাইনত নিজকে পঞ্জীয়ন কৰিব লাগিব ৷ পঞ্জীয়নৰ পিছত প্ৰাৰ্থীসকলে প্ৰয়োজনীয় আবেদন মাচুল 
ডেবিট কাৰ্ড/ ক্ৰেডিট কাৰ্ড/ ইণ্টাৰনেট বেঙ্কিং ব্যৱহাৰ কৰি অনলাইন মোডত পৰিশোধ কৰিব লাগিব ।

 

এছ.এছ.আই. জুনিয়ৰ এছ'চিয়েট নিযুক্তি 2021-ৰ গুৰুত্বপূৰ্ণ তাৰিখ 


# অনলাইন আবেদন আৰম্ভনি তাৰিখ : 27 এপ্ৰিল 2021 
# অনলাইন আবেদনৰ অন্তিম তাৰিখ : 17 মে, 2021 

এছ.বি.আই. জুনিয়ৰ এছ'চিয়েট খালী পদৰ গুৰুত্বপূৰ্ণ ৱেব-লিংকসমূহ 


অনলাইন আবেদনৰ কৰা ৱেব-লিংক : Click Here .

অফিচিচেল বিজ্ঞাপনৰ ৱেব-লিংক : Click Here .


Post a Comment

Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.