ডি চি কামৰূপ নিযুক্তি ২০২২ – ২১ গাঁও প্ৰধান পদ খালী

SPD Web Team
Job Post Name
পদৰ নাম
গাঁও প্ৰধান
Last Date
অন্তিম তাৰিখ
28 November 2022
Total Post
মুঠ পদ
21
Salary
দৰমহা
প্ৰতিমাহে ৯,০০০/- টকা

 


কামৰূপ, আমিনগাঁৱৰ উপ আয়ুক্তই ২১ গাঁও প্ৰধান খালী পদত নিযুক্তিৰ বাবে এক নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে ৷ ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত  অনলাইন আবেদন কৰিব পাৰিব।


ডি চি কামৰূপ নিযুক্তি ২০২২ – ২১ গাঁও প্ৰধান পদ খালী


কামৰূপ, আমিনগাঁৱৰ উপ আয়ুক্তই ২১ গাঁও প্ৰধান খালী পদত নিযুক্তিৰ বাবে এক নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে ৷ ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত  অনলাইন আবেদন কৰিব পাৰিব।


পদৰ নাম: গাঁও প্ৰধান

পদৰ সংখ্যা: ২১ টা পদ


ৰাজহ চক্ৰভিত্তিক খালী পদ:

  • নগৰবেৰা: ০১
  • উত্তৰ গুৱাহাটী: ০২
  • হাজো: ০৩
  • চয়গাঁও: ০৪
  • পলাশবাৰী: ০৫
  • কায়ান: ০১
  • চামৰিয়া: ০১
  • বকো: ০৩
  • ৰঙিয়া: ০১


পাৰিতোষিক: প্ৰতিমাহে ৯,০০০/- টকা।


ডি চি কামৰূপ নিযুক্তিৰ যোগ্যতাৰ মাপকাঠী


জাতীয়তাঃ প্ৰাৰ্থীজন ভাৰতৰ নাগৰিক আৰু যি অঞ্চলৰ ক্ষেত্ৰত তেওঁ নিযুক্তি বিচাৰিছে সেই অঞ্চলৰ স্থায়ী বাসিন্দা হ’ব লাগিব।


সম্পত্তিঃ প্ৰাৰ্থীয়ে যি অঞ্চলত গাঁও প্ৰধান হিচাপে নিযুক্তি হব বিচাৰিছে, সেই অঞ্চলত তেওঁৰ নামত মাটিৰ সম্পত্তি/ স্থাৱৰ সম্পত্তি হ’ব লাগিব।


সন্তান: প্ৰাৰ্থীৰ একক বা একাধিক সংগীৰ পৰা ২ (দুটা)তকৈ অধিক জীৱিত সন্তান থাকিব নালাগে। প্ৰাৰ্থীয়ে আত্মশপতনামা দাখিল কৰিব লাগিব যে আবেদনকাৰীৰ একক/ একাধিক সংগীৰ পৰা দুটাতকৈ অধিক জীৱিত সন্তান নাই।


চৰকাৰী কৰ্মচাৰীঃ প্ৰাৰ্থীজন চৰকাৰী কৰ্মচাৰী হ’ব নালাগে।


ৰাজনৈতিক দলঃ প্ৰাৰ্থীজন কোনো ৰাজনৈতিক দলৰ সদস্য হ’ব নালাগে।


বয়সৰ সীমা: বিজ্ঞাপন প্ৰকাশৰ তাৰিখ অনুসৰি প্ৰাৰ্থীৰ বয়স ৩০ বছৰৰ কম আৰু ৬৫ বছৰৰ অধিক হ’ব নালাগে।


শিক্ষাগত অৰ্হতাঃ পৰীক্ষাৰ্থীয়ে কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান বা ব’ৰ্ডৰ পৰা দশম মান বা মেট্ৰিক উত্তীৰ্ণ হ’ব লাগিব।

 

ডি চি কামৰূপ নিযুক্তিৰ বাবে কেনেদৰে আবেদন কৰিব ?


ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে চৰকাৰী নিযুক্তি পৰ্টেল https://niyukti.assam.gov.in ত অনলাইন আবেদন কৰিব পাৰিব । প্ৰাৰ্থীসকলে কামৰূপ নিযুক্তিৰ বাবে আবেদন কৰিবলৈ তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে।

  1. তললৈ স্ক্ৰল কৰক, গুৰুত্বপূৰ্ণ ৱেব-লিংকসমূহ অংশলৈ যাওক।
  2. " অনলাইন আবেদন পত্ৰ" ত ক্লিক কৰক ৷ 
  3. আপোনাৰ সকলো ব্যক্তিগত আৰু শৈক্ষিক তথ্য পূৰণ কৰি প্ৰয়োজনীয় নথি -পত্ৰ আপলোড কৰক ৷ শেষত প্ৰ -পত্ৰ জমা দি আবেদন পত্ৰৰ প্ৰিন্ট আউট লওক ৷

ডি চি কামৰূপ নিযুক্তিৰ গুৰুত্বপূৰ্ণ তাৰিখ ২০২২


  • অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখ: ১২ নৱেম্বৰ ২০২২
  • অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ: ২৮ নৱেম্বৰ ২০২২


ডি চি কামৰূপ খালী পদৰ গুৰুত্বপূৰ্ণ ৱেব-লিংক


 

অনলাইন আবেদন প্ৰ-পত্ৰইয়াত ক্লিক কৰক
বিজ্ঞাপনৰ বিৱৰণইয়াত ক্লিক কৰক
অফিচিয়েল ৱেবছাইটইয়াত ক্লিক কৰক




Post a Comment

Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.