Job Post Name পদৰ নাম | Grade IV |
Last Date অন্তিম তাৰিখ | 21 November 2022 |
Total Post মুঠ পদ | 04 |
Salary দৰমহা | ১২,০০০-৫২,০০০/- টকা + জিপি ৩,৯০০/- টকা + অন্যান্য ভাট্টা |
কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চি জে এম) য়ে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ গঠনৰ অধীনত ৪ টা চতুৰ্থ বৰ্গৰ খালী পদত নিযুক্তিৰ বাবে এক নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে । ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিব পাৰিব।
Kokrajhar Judiciary Recruitment 2022
পদৰ নাম : চতুৰ্থ বৰ্গ (Grade IV)পদৰ সংখ্যা : ৪ টা (UR: 03 & STH: 01)
দৰমহাৰ স্কেল : ১২,০০০-৫২,০০০/- টকা + জিপি ৩,৯০০/- টকা + নিয়ম অনুসৰি গ্ৰহণযোগ্য অন্যান্য ভাট্টা।
বয়সৰ সীমা : ৩১.১০.২০২২ তাৰিখলৈ প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ কম আৰু ৪০ বছৰৰ অধিক হ’ব নালাগে। চৰকাৰৰ নিয়ম অনুসৰি উচ্চ বয়সৰ সিমা শিথিল।
শিক্ষাগত অৰ্হতা : নূন্যতম অৰ্হতা অষ্টম শ্ৰেণীত উত্তীৰ্ণ হ’ব ৷ যি সকলে এইচ এছ এছ এল চি HSSLC (১০+২) বা তাতকৈ অধিক উত্তীৰ্ণ হৈছে তেওঁলোকে পদৰ বাবে আবেদন কৰিবলৈ অযোগ্য হ’ব। বিশেষ আই টি দক্ষতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব পাৰে।
কোকৰাঝাৰ ন্যায়পালিকাৰ নিযুক্তিৰ বাবে কেনেকৈ আবেদন কৰিব ?
প্ৰাৰ্থীয়ে ওপৰত উল্লেখ কৰা ধৰণে প্ৰমান পত্ৰৰ স্ব-প্ৰমাণিত প্ৰতিলিপিৰ সৈতে নিৰ্ধাৰিত প্ৰ-পত্ৰ যথাযথভাৱে পূৰণ কৰি আবেদন দাখিল কৰিব লাগিব। আবেদন পত্ৰ থকা খামটোৰ ওপৰত "APPLICATION FOR THE POST OF GRADE-IV" বুলি লিখিব লাগিব। আবেদন পত্ৰ তলত দিয়া ঠিকনাত ২১ নৱেম্বৰ ২০২২ তাৰিখ বা তাৰ আগতে ০৪.৩০ বজালৈকে পোৱাকৈ পঠাব লাগিব৷ আবেদন খন তলত উল্লেখ কৰা ঠিকনাত ড্ৰপ বক্সত থৈ দিব পাৰে বা ডাকযোগে পঠিয়াব পাৰে :-
""The Chief Judicial Magistrate,
-cum- Selection Board, Kokrajhar,
CourtPara, Ward No-10,
PO/PS/District - Kokrajhar,
Assam, Pin - 783370.""
প্ৰাৰ্থীয়ে আবেদনৰ লগত সংলগ্ন কৰিব লাগিব :
- সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত জাতি প্ৰমাণ পত্ৰৰ স্ব-প্ৰমাণিত প্ৰতিলিপি।
- বৈধ নিয়োগ বিনিময় পঞ্জীয়ন প্ৰমাণ পত্ৰৰ স্ব-প্ৰমাণিত কপি।
- শিক্ষা/অন্য অৰ্হতাৰ প্ৰমাণ পত্ৰৰ স্ব-প্ৰমাণিত কপি।
- প্ৰাৰ্থীয়ে তেওঁলোকৰ শেহতীয়া পাছপ’ৰ্ট আকাৰৰ ৰঙীন ফটোখন আবেদন পত্ৰৰ নিৰ্দিষ্ট স্থানত লগাই তাৰ ওপৰেৰে চহী কৰিব লাগিব আৰু আবেদন পত্ৰৰ ওপৰৰ সোঁফালে ০২ (দুটা) কপি ফটোগ্ৰাফ ষ্টেপল কৰিব লাগিব ৷
আবেদন প্ৰ-পত্ৰ | ইয়াত ক্লিক কৰক |
বিজ্ঞাপনৰ বিৱৰণ | ইয়াত ক্লিক কৰক |
অফিচিয়েল ৱেবছাইট | ইয়াত ক্লিক কৰক |