🎵 Song Name | Tumi Xosai Dhuniya |
🎤 Artist / Singer | Rohit Sonar |
🎬 Album | Sodiya |
Tumi Xosai Dhuniya Song Lyrics (Rohit Sonar | Sodiya)
তুমি সঁচাই ধুনীয়া
বুজিলো এতিয়া,
লিহিৰি দেহাৰে কৰিছা জানানে বলিয়া.
কোনে জ্বলালে আজি
মোৰেনো দিন ৰাতি,
চিধা চিধি কলো তুমিয়েই.
সপোনে টুপটো দিয়ে
মিঠাকৈ মোক তোমাতে,
সপোনৰো নাম তুমিয়ে
শিমলু উলাহেৰে উৰিছে আজি মন
শিমলু উলাহেৰে উৰিছে আজি মন.
তোমাৰো সঁহাৰি জুৰীয়া
ৰ’দালি দুগালত,
সেন্দুৰীয়া ৰূপত
চকুত চাটে মাৰি.
কৰিলে বুকুখন ঘুণীয়া…
এদুখ দুখৰে কথা
থাকিলে মোকো ক’বা,
এজোলা সুখৰে কথা ক’ম.
চকুৰে নীলাখিনিত
আছেনো কি আছেনো,
থৰ লাগি মাথো চায়ে ৰ’ম.
এছাটি চেনেহৰে বতাহে থুপালে
এছাটি চেনেহৰে বতাহে থুপালে.
তাতে প্ৰেমৰে নদীয়াল
তুমি সঁচাই ধুনীয়া,
বুজিলো এতিয়া
লিহিৰি দেহাৰে কৰিছা জানানে বলিয়া.
na na re na na na nare….