100+ Happy New Year Assamese Status,Photo,Image,Video 2023

Get 100+ Happy New Year Assamese Status 2023 with photos for FaceBoook,WhatsApp,Instagram etc.
SPD Web Team

নমস্কাৰ ৷ সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। যদি আপুনি এই নৱবৰ্ষত আপোনাৰ পৰিয়াল,আপোনাৰ প্ৰিয় জন তথা ওচৰ-চুবুৰীয়ালৈ প্ৰেৰণ কৰিব পৰাকৈ Happy New Year 2023 Wishes in Assamese বিচাৰিছে, তেন্তে এই পোষ্টটো কেৱল আপোনাৰ বাবে।


এই পোষ্টটোত আমি আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ শুভেচ্ছা আনিছো ৷ যেনে : Happy New Year Wishes in Assamese 2023, New Year 2023 Wishes Assamese, New Year Wishes 2023 in Assamese, যিবোৰ আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি আপোনজনক প্ৰেৰণ কৰিব পাৰে। 


আপোনালোকৰ বাবে আমি এই পোষ্টটো বিশেষকৈ Assamese Font আৰু HD ছবি আৰু ফটোৰ সৈতে তৈয়াৰ কৰিছো, যিবোৰ আপুনি সহজেই কপি কৰি আপোনাৰ প্ৰিয় জনলৈ প্ৰেৰন কৰিব পাৰিব।

যদি আমাৰ এই পোষ্টটো ভাল লাগে তেন্তে তলত কমেন্টত Happy New Year 2023 লিখিবলৈ নাপাহৰিব। আমি আপোনাৰ মন্তব্যৰ বাবে অপেক্ষা কৰিম। গতিকে আহক পোষ্টটো আৰম্ভ কৰোঁ ।


২০২৩ চনৰ নৱবৰ্ষৰ শুভেচ্ছা আসমীয়া ভাষাত

Happy New Year Assamese Images Happy New Year Assamese Images Happy New Year Assamese Images Happy New Year Assamese Images

Happy New Year 2023 Assamese Status

আপোনাৰ জীৱনটো হওঁক
সূৰ্যৰ দৰে উজ্জ্বল,
পানীৰ দৰে শীতল
আৰু মৌৰ দৰে মিঠা,
এই শুভ নৱবৰ্ষত,
আপোনাৰ সকলো ইচ্ছা যেন পূৰণ হয়। 
এই বছৰ আপুনি সকলো সফলতা লাভ কৰাটো কামনা কৰক। আশা কৰোঁ যে আনন্দ আৰু সফলতাই আপোনাক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত অনুসৰণ কৰিব। Happy New Year 2023 । 
গৰকি অহা বছৰকেইটাৰ পোৱা-নোপোৱাৰ হিচাপটো একাষৰীয়া কৰি ন-উদ্দ্যমেৰে উপভোগ কৰক এই নৱবৰ্ষ। তাৰেই কামনাৰে শুভ নৱবৰ্ষ 
এই বছৰৰ প্ৰত্যেক ক্ষণ বিশেষ হওক,
আনন্দ উলসেৰে ভৰা হওক,

প্ৰত্যেক দিন সুখ শান্তিৰে ভৰা হওক,

তাৰে কামনাৰে আজি এই শুভ ক্ষণত অন্তৰৰ পৰা

নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। 
সকলোকে নৱবৰ্ষৰ 2023ৰ
শুভেচ্ছা জনালোঁ আৰু আশা কৰো
অহি থকা দিনবোৰত তোমাৰ মনৰ সপোন পুৰণ হওক | 
অতীতৰ দুখবোৰ পাহৰি
নতুন বছৰৰ নতুন সপোনেৰে
আপোনাৰ জীৱন সুখ শান্তিময় হওক। | 
বছৰটো সলনি হওঁক
দিনবোৰ সলনি হওঁক
কিন্তু মৰম, ভালপোৱা, স্নেহ আৰু বন্ধুত্ববোৰ যাতে একেই থাকক,
তাৰেই কামনাৰে নতুন বছৰৰ হিয়া ভৰা উলগ যাছিলোঁ।
2023 | 
বছৰটো সলনি হওঁক
দিনবোৰ সলনি হওঁক
কিন্তু মৰম, ভালপোৱা, স্নেহ আৰু বন্ধুত্ববোৰ যাতে একেই থাকক,
তাৰেই কামনাৰে নতুন বছৰৰ হিয়া ভৰা উলগ যাছিলোঁ।
2023 | 
মই নকও যে তুমি সফল হোৱা
মই নকও যে তুমি সুখী হোৱা
মই কৈছো যে নতুন বছৰত তোমাৰ যেন এটি সুন্দৰ চৰিত্ৰ গঠন হয়৷
যিজন চৰিত্ৰবান হয়
তেওৰ জীৱন সদায় সুখকৰ হয়৷ 
2022 ৰ বাবে সৰু এটা “ৰিমাইন্ডাৰ“
কেবল মাত্ৰ কেলেণ্ডাৰখনহে সলনি হৈছে৷
তোমাৰ কাম আৰু লক্ষ্যবোৰ একেই আছে 
মই মনৰ পৰা প্ৰাৰ্থনা কৰিছো যে মোৰ সকলো বন্ধুৰ যেন এই নতুন বছৰটো খুব ভাল ভাবে পাৰ হয়৷
কিন্তু বন্ধুবোৰে মোকো যেন পাহৰি নাযায়
2023 চনৰ কষ্টময় দিনবোৰ পুনৰায যাতে় ঘূৰি নাহক, তাৰে আশাৰে 2022 চনৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।
বিগত বৰ্ষৰ মধুৰ মূহুৰ্ত বোৰ স্মৃতিৰ মণিকুঠত ৰাখি নৱবৰ্ষত নতুন আশাৰে নতুন উদ্যমেৰে আগবঢ়াৰ হেঁপাহেৰে নতুন বছৰৰ হিয়াভৰা শুভ কামনা জনালোঁ।
নতুন বৰ্ষৰ নতুন সংকল্প মই লৈছোঁ। নতুন সংকল্প বোৰ পূৰণ কৰাত আপোনালোকৰ আশীৰ্বাদ আৰু মৰম অত্যন্ত প্ৰয়োজন। Happy New Year 2023
2023 চনৰ কষ্টময় দিনবোৰ পুনৰায যাতে় ঘূৰি নাহক, তাৰে আশাৰে 2023 চনৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।
পাৰ হৈ যোৱা বছৰলৈ উভতি চাই আৰু নতুন বছৰত ভৰি দিওতে দিয়া খোজটোয়ে সপোনবোৰ পূৰণ কৰোঁতে আগবাঢ়ি যাবলৈ সাজু হৈছোঁ। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা যাঁছিলো।
এই নৱবৰ্ষত তোমাৰ সকলোবোৰ জীৱনৰ লক্ষ্যত উপনীত হব পাৰিবলৈ অন্তৰৰ পৰা নতুন বছৰৰ শুভ কামনা জনালো।
ভালে থাকা বন্ধু তুমি, ভালে ৰাখা মন,যদি মনে বিচাৰে তেনেহলে মোক কৰিবা স্মৰণ | শুভ নৱবৰ্ষ ।
যোৱা বছৰৰ মধুৰ মূহুৰ্ত্তবোৰ স্মৃতিৰ মণিকুঠাত ৰাখি নতুন বছৰত নতুন আশাৰে নতুন উদ্যমেৰে আগবঢ়াৰ হেঁপাহেৰে নতুন বছৰৰ হিয়াভৰা কমনা জনালোঁ।
যিটো তোমাৰ পচন্দ তাক মন দি কৰা।ধ্যান ৰাখিবা যাতে তাত কাৰো ক্ষতি নহয়। মন দি কাম কৰি যোৱা তেতিয়া তোমাৰ সপোন তোমাৰ কাষলৈ নিজেই আহিব।
বিগত বছৰটোত কৰা ভূলবোৰ শুধৰণি কৰাৰ সময় আহিছে। আহিছে এটা নতুন বছৰ। গুচি যোৱা সময়ক কাহানিওঁ উভতাই আনিব নোৱাৰি। কিন্তু আহিবলগীয়া সময়খিনিত আমাৰ নতুন কর্মসূচী ঠিক কৰিব পাৰি।
নতুন বছৰে আপোনালৈ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি এই আশাৰে জনাওঁ নতুন বছৰৰ শুভেচ্ছা।
নতুন বছৰটো নিজৰ বাবে একো নহলেওঁ মা দেউতাক যেন সদায় সুখত ৰাখিব পাৰো তাৰেই কামনা কৰিলোঁ ।
নতুন বছৰটিয়ে তোমালৈ লৈ আনক অনেক সুখৰ আৰু আনন্দৰ বতৰা ৷ দুখবোৰ আঁতৰি সুখেৰে ভৰি পৰক ৷
সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰটোৱে সকলোৰে জীৱনলৈ শান্তি, সম্প্ৰীতি কঢ়িয়াই আনি গঢ়ি তোলক এখন ভাতৃত্ববোধৰ সমাজ। ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে সেয়াই কামনা কৰিলোঁ।
নতুন বছৰত, নতুন আশাৰে প্ৰতিটো দিন, প্ৰতিতো ‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‍‌ক্ষণ সুখৰ হওঁক, সফলতাৰে ভৰি পৰক।
নৱবৰ্ষৰ প্ৰতিটো দিনেই সফলতাৰ ফাকু চতিয়াই, ৰঙীন কৰি তোলক, নতুন আশাৰে, প্ৰতিটো দিন, প্ৰতিটো ক্ষণ, সুখৰ হওঁক, সফলতাৰে ভৰি পৰক তাৰে কামনাৰে, আপোনালোক সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ !
নতুন বছৰত, নতুন আশাৰে প্ৰতিটো দিন, প্ৰতিতো ‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‍‌ক্ষণ সুখৰ হওঁক, সফলতাৰে ভৰি পৰক। তাৰে কামনাৰে সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।
আগন্তক নতুন বছৰৰ শুভকামনা জনালোঁ । নতুন বছৰে সকলোৰ বাবে নতুন আশা নতুন প্ৰাণ নতুন সুৰে নতুন গান হয়ক |
তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী। কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ’বলগীয়া নহয়। তাৰেই আঁশাৰে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা যাঁছিলো।
যোৱা বছৰৰ মধুৰ মূহুৰ্ত্তবোৰ স্মৃতিৰ মণিকুঠত ৰাখি নতুন বছৰত নতুন আশাৰে নতুন ঊদ্যমেৰে আগবঢ়াৰ হেঁপাহেৰে নতুন বছৰৰ হিয়াভৰা কমনা জনালোঁ।
পাৰ হৈ যোৱা বছৰলৈ উভতি চাই আৰু নতুন বছৰত ভৰি দিওতে দিয়া খোজটোয়ে সপোনবোৰ পূৰণ কৰোঁতে আগবাঢ়ি যাবলৈ সাজু হৈছোঁ। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা যাঁছিলো।।
তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী। কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ’বলগীয়া নহয়। তাৰেই আঁশাৰে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা যাঁছিলো।
নতুন বছৰৰ বহুত বহুত শুভ কামনা যাছিলো। আশা কৰোঁ আগন্তক বছৰত আপোনাৰ সপোনবোৰ পূৰ্ণ হওঁক।
তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী। কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ’বলগীয়া নহয়। তাৰেই আঁশাৰে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা যাঁছিলো।
এই নৱবৰ্ষত তোমাৰ সকলোবোৰ জীৱনৰ লক্ষ্যত উপনীত হব পাৰিবলৈ অন্তৰৰ পৰা নতুন বছৰৰ শুভ কামনা জনালো।
ভালে থাকা বন্ধু তুমি, ভালে ৰাখা মন,যদি মনে বিচাৰে তেনেহলে মোক কৰিবা স্মৰণ | Happy New Year 2023
তোমাৰ সকলো আশা পূৰণ হওঁক,সকলো সপোন সত্য হওঁক, তাৰেই কামনাৰে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা জনালোঁ


Happy new year 2023 Assamese Photos

 
Happy New Year Assamese Images Happy New Year Assamese Images Happy New Year Assamese Images Happy New Year Assamese Images

For More Visit - www.rmsaassamtet.in

إرسال تعليق

Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.